প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নিঃস্বাৰ্থ ত্যাগৰ দীৰ্ঘস্থায়ী উত্তৰাধিকাৰৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 06 JUL 2026 12:41PM by PIB Guwahati

আনৰ কল্যাণৰ বাবে ত্যাগ কৰাসকলে অমৰত্ব লাভ কৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছেঃ

“जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः।

नास्ति येषां यशःकाये जरामरणजं भयम्॥"

শ্ৰী মোদীয়ে লগতে কয় যে ভাৰতৰ একতা, অখণ্ডতা আৰু আত্মসন্মানৰ বাবে ড শ্যামাপ্ৰসাদ মুখাৰ্জীৰ ত্যাগে প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

ভাৰতৰ একতা, অখণ্ডতা আৰু আত্মসন্মানৰ বাবে ড শ্যামাপ্ৰসাদ মুখাৰ্জীৰ আত্মত্যাগে প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।

जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः।

नास्ति येषां यशःकाये जरामरणजं भयम्॥

***

MJPS/SS/VJ/HS


(रिलीज़ आईडी: 2281537) आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Bengali-TR , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam