প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাজৰ্ষী ছত্ৰপতি শ্বাহুজী মহাৰাজলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
प्रविष्टि तिथि:
26 JUN 2026 12:46PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজৰ্ষী ছত্ৰপতি শ্বাহুজী মহাৰাজৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয়, "তেওঁ বঞ্চিত, শোষিত আৰু পিছপৰা শ্ৰেণীৰ উন্নয়নৰ বাবে নিজৰ জীৱন উছৰ্গা কৰিছিল। তেওঁৰ মহান কৰ্ম আৰু আদৰ্শই যুগ যুগ ধৰি দেশক পথ প্ৰদৰ্শন কৰি থাকিব।"
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত পোষ্ট কৰিছে :
"ৰাজৰ্ষী ছত্ৰপতি শ্বাহুজী মহাৰাজৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি! তেওঁ আছিল সামাজিক ন্যায় আৰু সমতাৰ প্ৰবল সমৰ্থক। বঞ্চিত, শোষিত আৰু পিছপৰা শ্ৰেণীৰ উন্নয়নৰ বাবে তেওঁ নিজৰ জীৱন উছৰ্গা কৰিছিল। তেওঁৰ মহান কৰ্ম আৰু আদৰ্শই যুগ যুগ ধৰি ৰাষ্ট্ৰখনক পথ প্ৰদৰ্শন কৰি থাকিব।"
***
MJPS/SS/VJ/KD
(रिलीज़ आईडी: 2278214)
आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam