প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কৃষকসকলৰ কল্যাণ আৰু সৱলীকৰণৰ সম্পৰ্কীয় এটি প্ৰৱন্ধ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 14 JUN 2026 8:06PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে লিখা এটি প্ৰৱন্ধ শ্বেয়াৰ কৰে।

প্ৰৱন্ধটোৱে যোৱা ১২ বছৰত কৃষকসকলৰ কল্যাণ আৰু সৱলীকৰণৰ দিশত গ্ৰহণ কৰা অভূতপূৰ্ব কাৰ্যসমূহৰ ওপৰত আলোকপাত কৰিছে। ইয়াত উল্লেখ কৰা হৈছে যে অন্নদাতাসকলৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহে তেওঁলোকৰ জীৱনলৈ উল্লেখযোগ্য ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিছে আৰু কৃষি খণ্ডৰ এই পৰিৱৰ্তনশীল যাত্ৰাৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰিছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স পোষ্টত কয়;

"যোৱা ১২ বছৰত কৃষক ভাই-ভনীসকলৰ কল্যাণ আৰু সবলীকৰণৰ দিশত অভূতপূৰ্ব কাৰ্য সম্পন্ন হৈছে। অন্নদাতাসকলৰ বাবে আমাৰ আঁচনিসমূহে তেওঁলোকৰ জীৱনলৈ যথেষ্ট ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিছে। কেন্দ্ৰীয় মন্ত্ৰী @ChouhanShivraj জীয়ে তেওঁৰ প্ৰৱন্ধত কৃষি খণ্ডৰ এই পৰিৱৰ্তনশীল যাত্ৰাৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰিছে।"

 

************

MJPS/SS/ST/DB


(रिलीज़ आईडी: 2272859) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Gujarati , Odia , Telugu , Kannada , Malayalam