প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

পোষ্ট কৰা হৈছে: 11 JUN 2026 6:08PM by PIB Guwahati

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী শ্ৰী ওমৰ আব্দুল্লাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

 

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা এইদৰে এক্স-ত পোষ্ট কৰা হৈছে;

 

"জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী শ্ৰী@OmarAbdullah য়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

@narendramodi.

@CM_JnK”

 

****

MJPS/SS/ST/DD


(ৰিলিজ আই ডি : 2272029) অতিথি কক্ষ : 40