প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীক সাক্ষাৎ ওড়িশাৰ মুখ্যমন্ত্ৰীৰ
प्रविष्टि तिथि:
25 MAY 2026 6:02PM by PIB Guwahati
ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝিয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কয়ঃ
"ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী @MohanMOdisha-এ প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।"
@CMO_Odisha"
***
MJPS/SS/PRK/DB
(रिलीज़ आईडी: 2265209)
आगंतुक पटल : 54
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam