ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী নীলম সঞ্জীৱ ৰেড্ডীৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। (১৯ মে’ ২০২৬)
***
MJPS/SS/PRK