ৰাষ্ট্ৰপতি সচিবালয়
ফখৰুদ্দিন আলী আহমেদৰ জন্ম বাৰ্ষিকী উপলক্ষে পুষ্পাঞ্জলি ৰাষ্ট্ৰপতিৰ
পোষ্ট কৰা হৈছে:
13 MAY 2026 11:47AM by PIB Guwahati
ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ জন্ম বাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

***
MJPS/SS/PRK/DB
(ৰিলিজ আই ডি : 2260610)
অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada
,
Malayalam