ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

গিয়ানী জাইল সিঙৰ জন্ম বাৰ্ষিকীত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে

পোষ্ট কৰা হৈছে: 05 MAY 2026 11:10AM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (৫ মে', ২০২৬) ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গিয়ানী জাইল সিঙৰ জন্ম জয়ন্তী উপলক্ষে পুষ্পাঞ্জলি অৰ্পণেৰে  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

 

***

MJPS/SS/PRK/DM


(ৰিলিজ আই ডি : 2259741) অতিথি কক্ষ : 62