গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

গুজৰাটত অব্যাহত আহমেদাবাদ পৌৰ নিগমৰ নিৰ্বাচনত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ ভোটদান

শ্ৰী অমিত শ্বাহে সকলো ভোটাৰক গণতন্ত্ৰৰ এই উৎসৱত বৃহৎ মাত্ৰাত ভোটদান কৰিবলৈ আহ্বান জনায়

পোষ্ট কৰা হৈছে: 26 APR 2026 1:22PM by PIB Guwahati

গুজৰাটত অব্যাহত আহমেদাবাদ পৌৰ নিগমৰ নিৰ্বাচনত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ভোটদান কৰে।

‘এক্স’ৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি কয়, "আহমেদাবাদ পৌৰ নিগম (এএমচি)ৰ নিৰ্বাচনত মই ভোটদান কৰিলোঁ। গণতন্ত্ৰৰ এই উৎসৱত সকলো ভোটাৰক বৃহৎ মাত্ৰাত ভোটদান কৰিবলৈ আহ্বান জনালোঁ।"

***

 

RK / RR / PS/ KD


(ৰিলিজ আই ডি : 2255683) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Bengali , Gujarati , Telugu