প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নিঃস্বাৰ্থ দানৰ প্ৰমূল্যৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 23 APR 2026 10:02AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিঃস্বাৰ্থ দানৰ প্ৰমূল্যৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰেঃ

“पद्माकरं दिनकरो विकचीकरोति चन्द्रो विकासयति कैरवचक्रवालम्।

नाभ्यर्थितो जलधरोऽपि जलं ददाति सन्तः स्वयं परहितेषु कृताभियोगाः।।"

এই হিতোপদেশত কোৱা হৈছে, ‘সূৰ্যই পদ্ম ফুলাত সহায় কৰে আৰু চন্দ্ৰই লিলি ফুলৰ ক্ষেত্ৰতো একেই কাম কৰে। ডাৱৰৰ যহত বৰষুণ হয়; একেদৰে সম্ভ্ৰান্ত লোকসকলে প্ৰতিদান আশা নকৰাকৈ আনৰ কল্যাণ সাধে।’

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

“पद्माकरं दिनकरो विकचीकरोति चन्द्रो विकासयति कैरवचक्रवालम्।

नाभ्यर्थितो जलधरोऽपि जलं ददाति सन्तः स्वयं परहितेषु कृताभियोगाः।।"

 

***

MJPS/VJ/SS/DD


(ৰিলিজ আই ডি : 2254770) অতিথি কক্ষ : 9