গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱসত শুভেচ্ছা জ্ঞাপন কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহৰ


আপোনালোকৰ পেছাদাৰী দক্ষতা আৰু সাহসে ৰাষ্ট্ৰৰ প্ৰগতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে

পোষ্ট কৰা হৈছে: 05 APR 2026 12:57PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস উপলক্ষে ভাৰতৰ সামুদ্ৰিক খণ্ডৰ সৈতে জড়িত সকলো কৰ্মীলৈ শুভেচ্ছা জ্ঞাপন কৰে।

এক্সত এক পোষ্টত শ্ৰী অমিত শ্বাহে কয়, "ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱসত ভাৰতৰ সামুদ্ৰিক খণ্ডৰ সৈতে জড়িত সকলো কৰ্মীলৈ শুভেচ্ছা জনালোঁ। শান্তিৰ সময়তে হওক বা প্ৰত্যাহ্বানমূলক পৰিস্থিতিতেই হওক, ৰাষ্ট্ৰৰ প্ৰগতি আগুৱাই নিয়াত আপোনালোকৰ পেছাদাৰিত্ব আৰু সাহসে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সমগ্ৰ ৰাষ্ট্ৰই আপোনালোকৰ দৃঢ়তাক প্ৰণাম জনাইছে।"

*****

RK/PR/PS/SK/KD


(ৰিলিজ আই ডি : 2249156) অতিথি কক্ষ : 6