প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পশ্চিম বংগৰ ৰাজ্যপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

प्रविष्टि तिथि: 02 APR 2026 1:16PM by PIB Guwahati

পশ্চিম বংগৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবিয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছে;

‘পশ্চিম বংগৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবিয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে@narendramodi.’

***

MJPS/VJ/MK


(रिलीज़ आईडी: 2248297) आगंतुक पटल : 74
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam