প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আচাৰ্য শ্ৰী পদ্মসাগৰ সুৰেশ্বৰজীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 31 MAR 2026 1:06PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আচাৰ্য শ্ৰী পদ্মসাগৰ সুৰেশ্বৰ জী মহাৰাজ চাহিবক সাক্ষাৎ কৰি তেওঁৰ পৰা আশীৰ্বাদ বিচাৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স পোষ্টত কয়;

“আচাৰ্য শ্ৰী পদ্মসাগৰ সুৰেশ্বৰ জী মহাৰাজ ছাহিবক সাক্ষাৎ কৰি তেওঁৰ আশীৰ্বাদ গ্ৰহণ কৰিলোঁ।”

***

MJPS/VJ/DB


(ৰিলিজ আই ডি : 2247325) অতিথি কক্ষ : 5