প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
পোষ্ট কৰা হৈছে:
25 MAR 2026 12:52PM by PIB Guwahati
ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সৰ এটা পোষ্টত এনেদৰে কয়;
‘ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মাই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এখন বৈঠকত মিলিত হয়।
@RajCMO’
****
MJPS/ST/NB
(ৰিলিজ আই ডি : 2245091)
অতিথি কক্ষ : 4