গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ হিন্দু নৱবৰ্ষ ২০২৬ 'বিক্ৰম সম্বৎ ২০৮৩' উপলক্ষে শুভেচ্ছা জ্ঞাপন

নৱ সম্বৎসৰ 'বিক্ৰম সম্বৎ ২০৮৩' উপলক্ষে সকলো নাগৰিকক আন্তৰিক শুভেচ্ছা জনাইছো

ঈশ্বৰে এই নৱবৰ্ষত সকলোৰে জীৱনলৈ নতুন শক্তি, নতুন চেতনা আৰু সমৃদ্ধি কঢ়িয়াই আনক

পোষ্ট কৰা হৈছে: 19 MAR 2026 11:11AM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে নৱ সম্বৎসৰ 'বিক্ৰম সম্বত ২০৮৩' উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।

এক্স-ৰ এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয়, "নৱ সম্বৎসৰ 'বিক্ৰম সম্বৎ ২০৮৩' উপলক্ষে সকলো দেশবাসীলৈ আন্তৰিক শুভেচ্ছা জনাইছো। ঈশ্বৰে এই নৱবৰ্ষত সকলোৰে জীৱনত নতুন শক্তি, নতুন চেতনা আৰু সমৃদ্ধি প্ৰদান কৰক।"

***

RK/PR/PS/SC/MK


(ৰিলিজ আই ডি : 2242338) অতিথি কক্ষ : 9