গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ চৈত্ৰ নৱৰাত্ৰি উপলক্ষে শুভেচ্ছা জ্ঞাপন

চৈত্ৰ নৱৰাত্ৰিৰ পবিত্ৰ উৎসৱত দেশবাসীলৈ আন্তৰিক শুভেচ্ছা

মই মা ভগৱতীৰ ওচৰত সকলোৰে সুস্বাস্থ্য, সমৃদ্ধি আৰু ঐশ্বৰ্যশীল জীৱনৰ বাবে প্ৰাৰ্থনা জনাইছো

পোষ্ট কৰা হৈছে: 19 MAR 2026 11:15AM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে চৈত্ৰ নৱৰাত্ৰিৰ শুভ উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।

এক্সৰ এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয়, "জয় মাতা দী! চৈত্ৰ নৱৰাত্ৰিৰ পবিত্ৰ উৎসৱত দেশবাসীক আন্তৰিক শুভেচ্ছা জনাইছো। মই মা ভগৱতীৰ ওচৰত আপোনালোকৰ সুস্বাস্থ্য, সমৃদ্ধি আৰু ঐশ্বৰ্যশীল জীৱনৰ বাবে প্ৰাৰ্থনা জনাইছো।"

***

RK/PR/PS/SC/MK


(ৰিলিজ আই ডি : 2242336) অতিথি কক্ষ : 24