প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গুড়ী পাড়ৱা, উগাদি, চেটি চান্দ, নৱৰেহ আৰু ছাজিবু চেইৰাওবা উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

পোষ্ট কৰা হৈছে: 19 MAR 2026 8:46AM by PIB Guwahati

গুড়ী পাড়ৱা, উগাদি, চেটি চান্দ, নৱৰেহ আৰু ছাজিবু চেইৰাওবা উপলক্ষে প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে।

এক্সৰ পৃথক পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছেঃ

"গুডি পাড়ৱা উপলক্ষে শুভেচ্ছা জনাইছো!"

“गुढीपाडव्याच्या हार्दिक शुभेच्छा!”

“गुडी पाडव्याचीं परबीं”

"উগাদি উপলক্ষে শুভেচ্ছা জনাইছো!"

“ ನಿಮ್ಮ ಯುಗಾದಿ ಸಡಗರದಿಂದ ಕೂಡಿರಲಿ! ”

“ఉగాది పండుగను ఆనందంగా జరుపుకోండి! ”

"চেটি চান্দৰ শুভেচ্ছা জনাইছো! এটা উত্তম বছৰৰ বাবে প্ৰাৰ্থনা জনাইছো।"

"ছাজিবু চেইৰাওবাৰ শুভেচ্ছা জনালো। সকলোৰে বাবে এটা সুন্দৰ বৰ্ষৰ কামনা কৰিছোঁ"

***

MJPS/PRK/MK


(ৰিলিজ আই ডি : 2242300) অতিথি কক্ষ : 11