প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
স্বাস্থ্য আৰু ব্যায়ামৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
16 MAR 2026 10:08AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সুস্বাস্থ্য হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ আৰু ইয়াক বজাই ৰখাত ব্যায়ামে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ দেশৰ সকলো নাগৰিকৰ বাবে সুস্থ আৰু সুখী জীৱনৰ কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে -
“व्यायामाल्लभते स्वास्थ्यं दीर्घायुष्यं बलं सुखम्। आरोग्यं परमं भाग्यं स्वास्थ्यं सर्वार्थसाधनम्॥”
এই হিতোপদেশটোত প্ৰকাশ কৰা হৈছে যে ব্যায়ামৰ ফলত সুস্বাস্থ্য, দীৰ্ঘায়ু, শক্তি আৰু সুখ পোৱা যায়। সুস্বাস্থ্য হৈছে আটাইতকৈ ডাঙৰ আশীৰ্বাদ। স্বাস্থ্য হৈছে সকলোৰে মাধ্যম।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;
"সু-স্বাস্থ্য হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ, য’ত ব্যায়ামৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। মই সকলো দেশবাসীৰ স্বাস্থ্যকৰ আৰু সুখী জীৱনৰ বাবে শুভেচ্ছা জনাইছো।
व्यायामाल्लभते स्वास्थ्यं दीर्घायुष्यं बलं सुखम्।
आरोग्यं परमं भाग्यं स्वास्थ्यं सर्वार्थसाधनम्॥”
***
MJPS/VJ/DD
(ৰিলিজ আই ডি : 2240483)
অতিথি কক্ষ : 11
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada