প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ

प्रविष्टि तिथि: 10 MAR 2026 10:55PM by PIB Guwahati

আজি নতুন দিল্লীত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছে;

“গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী @Bhupendrapbjp-এ প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।”

@CMOGuj

***

MJPS/VJ/SB


(रिलीज़ आईडी: 2238103) आगंतुक पटल : 73
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam