প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উদ্যমৰ শক্তিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ
পোষ্ট কৰা হৈছে:
05 MAR 2026 9:40AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সফলতা অৰ্জনৰ ক্ষেত্ৰত উদ্যম আৰু সংকল্পৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীয়ে তলত দিয়া শ্লোকটো শ্বেয়াৰ কৰিছে-
“उत्साहो बलवानार्य नास्त्युत्साहात् परं बलम्। सोत्साहस्यास्ति लोकेऽस्मिन् न किञ्चिदपि दुर्लभम्॥”
সুভাশিতমে প্ৰকাশ কৰে যে উদ্যম হৈছে আটাইতকৈ ডাঙৰ শক্তি। এগৰাকী উদ্যমী ব্যক্তিৰ বাবে প্ৰকৃততে একোৱেই অসাধ্য নহয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;
“उत्साहो बलवानार्य नास्त्युत्साहात् परं बलम्।
सोत्साहस्यास्ति लोकेऽस्मिन् न किञ्चिदपि दुर्लभम्॥”
******************
MJPS/ST/MK
(ৰিলিজ আই ডি : 2235429)
অতিথি কক্ষ : 67
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam