প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অনুশাসনৰ শিপা সুৰক্ষিত কৰাৰ গুৰুত্ব সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ
পোষ্ট কৰা হৈছে:
25 FEB 2026 8:43AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জ্ঞান আৰু দৈনন্দিন অনুশাসনৰ মৌলিক শিপা সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰিছে। প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰা সুভাশিতমত এইদৰে কোৱা হৈছেঃ
विप्रो वृक्षस्तस्य मूलं च सन्ध्या वेदाः शाखा धर्मकर्माणि पत्रम्।
तस्मान्मूलं यत्नतो रक्षणीयं छिन्ने मूले नैव शाखा न पत्रम्॥
‘এজন জ্ঞানী ব্যক্তি বৃক্ষৰ দৰে। সেই জ্ঞান বৃক্ষৰ মূল হৈছে দৈনন্দিন উপাসনা। বেদ হৈছে ইয়াৰ শাখা আৰু সৎকৰ্ম হৈছে ইয়াৰ পাত। সেয়েহে এই শিপা সাৱধানে সুৰক্ষিত কৰিব লাগিব, কিয়নো যদি শিপা ধ্বংস হয়, তেন্তে ডালবোৰ বা পাতবোৰো জীয়াই থাকিব নোৱাৰে।’
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছিল;
विप्रो वृक्षस्तस्य मूलं च सन्ध्या वेदाः शाखा धर्मकर्माणि पत्रम्।
तस्मान्मूलं यत्नतो रक्षणीयं छिन्ने मूले नैव शाखा न पत्रम्॥
****
MJPS/PKK/MK
(ৰিলিজ আই ডি : 2232614)
অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam