গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, মোদী চৰকাৰ কৃষকৰ অৰ্থনৈতিক সবলীকৰণৰ প্ৰতি দায়বদ্ধ
কেন্দ্ৰীয় কেবিনেটে কেঁচা মৰাপাটৰ এমএছপি আঢ়ৈগুণ বৃদ্ধিৰে প্ৰতি কুইন্টলত ৫,৯২৫ টকা কৰিছে
এই সিদ্ধান্তই কৃষক সকলৰ আয় বৃদ্ধিত সহায় আৰু মৰাপাট উদ্যোগৰ সৈতে জড়িত পশ্চিমবংগ, অসম আৰু বিহাৰৰ কৃষক পৰিয়ালসমূহক উপকৃত কৰিব
পোষ্ট কৰা হৈছে:
24 FEB 2026 7:59PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে মোদী চৰকাৰ কৃষক সকলৰ অৰ্থনৈতিক সবলীকৰণৰ প্ৰতি দায়বদ্ধ।
এক্স প্লেটফৰ্মত কৰা এটা প’ষ্টত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে মোদী চৰকাৰ কৃষক সকলৰ অৰ্থনৈতিক সবলীকৰণৰ প্ৰতি দায়বদ্ধ। তেওঁ কয় যে কেন্দ্ৰীয় কেবিনেটে কেঁচা মৰাপাটৰ এমএছপি আঢ়ৈগুণ বৃদ্ধিৰে প্ৰতি কুইন্টলত ৫,৯২৫ টকা কৰিছে। শ্ৰী শ্বাহে কয় যে এই সিদ্ধান্তই কৃষক সকলৰ আয় বৃদ্ধিত সহায় আৰু মৰাপাট উদ্যোগৰ সৈতে জড়িত পশ্চিমবংগ, অসম আৰু বিহাৰৰ কৃষক পৰিয়ালসমূহক উপকৃত কৰিব।
***
RK / RR / PS/SB
(ৰিলিজ আই ডি : 2232515)
অতিথি কক্ষ : 13