প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে উপ-মুখ্যমন্ত্ৰীদ্বয়ৰ সৈতে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

পোষ্ট কৰা হৈছে: 24 FEB 2026 7:27PM by PIB Guwahati

মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী ইউমনাম খেমচাঁদ সিংহই উপ-মুখ্যমন্ত্ৰীদ্বয় শ্ৰীমতী নেমচা কিপজেন আৰু শ্ৰী ল'ছি দিখোৰ সৈতে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

এক্স-ত পিএমঅ’-এ এইদৰে শ্বেয়াৰ কৰিছেঃ

মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী @YKhemchandSingh-এ উপ-মুখ্যমন্ত্ৰীদ্বয় শ্ৰীমতী @KipgenNemcha, শ্ৰী ল'ছি দিখোৰ সৈতে প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।

***

MJPS/PKK/SB


(ৰিলিজ আই ডি : 2232507) অতিথি কক্ষ : 12