প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আত্মনিৰ্ভৰশীলতা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ
পোষ্ট কৰা হৈছে:
02 FEB 2026 12:56PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মনিৰ্ভৰশীলতা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰেঃ
"नाम्भोधिरर्थितामेति सदाम्भोभिश्च पूर्यते ।
आत्मा तु पात्रतां नेयः पात्रमायान्ति सम्पदः॥"
সুভাশিতমত এই বুলি কোৱা হৈছে যে, সাগৰে কেতিয়াও পানী নিবিচাৰে, তথাপিও ই সদায় ভৰি থাকে। একেদৰে, যেতিয়া কোনো এজন ব্যক্তি সমৰ্থ হয়, তেতিয়া সম্পদ স্বাভাৱিকভাৱেই তেওঁলোকৰ ওচৰলৈ আহে।
শ্ৰী মোদীয়ে কয় যে আত্মনিৰ্ভৰশীলতা হৈছে এনেকুৱা এক প্ৰদীপ যিয়ে আত্মসন্মান আৰু সামৰ্থ্যৰ পথ প্ৰদৰ্শন কৰে আৰু এইবাৰৰ বাজেটেও আমাৰ যুৱক-যুৱকীসকলক আত্মনিৰ্ভৰশীল আৰু শক্তিশালী কৰি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;
“आत्मनिर्भरता वह दीपक है, जो आत्मसम्मान और सामर्थ्य का मार्ग दिखाता है। इस बार का बजट भी हमारे युवा साथियों को आत्मनिर्भर और सशक्त बनाने में अहम भूमिका निभाने वाला है।
नाम्भोधिरर्थितामेति सदाम्भोभिश्च पूर्यते ।
आत्मा तु पात्रतां नेयः पात्रमायान्ति सम्पदः॥"
****
MJPS/VJ/NB
(ৰিলিজ আই ডি : 2222127)
অতিথি কক্ষ : 34
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam