প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ কৰিলে সন্ত নিৰঞ্জন দাস জীক
পোষ্ট কৰা হৈছে:
01 FEB 2026 7:21PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী গুৰু ৰবিদাস মহাৰাজ জীৰ জয়ন্তী উপলক্ষ্যে ডেৰা সচখণ্ড বাল্লানত সন্ত নিৰঞ্জন দাস জীক সাক্ষাৎ কৰে।"শেহতীয়াকৈ তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছে, সমাজৰ প্ৰতি তেওঁৰ প্ৰেৰণাদায়ক সেৱাৰ স্বীকৃতি স্বৰূপে এই সন্মান আগবঢ়োৱা হৈছে", শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:
"শ্ৰী গুৰু ৰবিদাস মহাৰাজ জীৰ জয়ন্তী উপলঘ্যে ডেৰা সচখণ্ড বাল্লানত সন্ত নিৰঞ্জন দাস জীক লগ পোৱাটো অতি বিশেষ মুহূৰ্ত আছিল।"
শেহতীয়াকৈ তেওঁক সমাজৰ প্ৰতি তেওঁৰ প্ৰেৰণাদায়ক সেৱাৰ স্বীকৃতি স্বৰূপে পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছে ।"
****
MJPS/VJ/DM
(ৰিলিজ আই ডি : 2221880)
অতিথি কক্ষ : 37
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam