প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীক

পোষ্ট কৰা হৈছে: 29 JAN 2026 7:40PM by PIB Guwahati

মেঘালয়ৰ মুখ্যমন্ত্ৰী শ্ৰী কনৰাড চাংমাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এই বিষয়ে  পোষ্ট কৰিছে:

“মেঘালয়ৰ মুখ্যমন্ত্ৰী শ্ৰী @SangmaConrad ডাঙৰীয়াই প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।”

*****

MJPS/VJ/DM


(ৰিলিজ আই ডি : 2220660) অতিথি কক্ষ : 34