প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘মন কি বাত’ৰ ১৩০ সংখ্যক খণ্ডত দিয়া ভাষণৰ মুখ্যাংশ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
25 JAN 2026 12:57PM by PIB Guwahati
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কি বাত’ৰ ১৩০ সংখ্যক খণ্ডত দিয়া তেওঁৰ ভাষণৰ মুখ্যাংশ শ্বেয়াৰ কৰিছে।
এক্সত দিয়া ধাৰাবাহিক পোষ্টত শ্ৰী মোদীয়ে কয়;
“২০২৬ চনৰ প্ৰথমটো #মন কি বাতৰ খণ্ডটো ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ দিনটোত প্ৰচাৰ হৈছে।
ভোটাৰ হোৱাটো উদযাপনৰ অনুষ্ঠান কৰি তোলক। মুঠৰ ওপৰত, ভোটাৰ হোৱাটো এটা ডাঙৰ সুবিধা আৰু দায়িত্ব।”
The first #MannKiBaat episode of 2026 took place on National Voters’ Day.
Let the becoming of a voter be an occasion of celebration. Afterall, being a voter is a great privilege and responsibility. pic.twitter.com/u7XIsHHjp7
— Narendra Modi (@narendramodi) January 25, 2026
“২০২৬ চনক গুণগত মানৰ কৰি তুলো আহক ।
‘জিৰ’ ডিফেক্ট, জিৰ’ ইফেক্ট’ৰ বিষয়ত গুৰুত্ব দিওঁ আহক।
নিশ্চিত কৰোঁ আহক, মেড ইন ইণ্ডিয়া = উৎকৃষ্টতা।
#MannKiBaat”
Let us make 2026 about quality.
Let us focus on ‘Zero Defect, Zero Effect.’
Let us ensure, Made in India = Excellence. #MannKiBaat pic.twitter.com/34Qnuv6cnN
— Narendra Modi (@narendramodi) January 25, 2026
"উত্তৰ প্ৰদেশৰ আজমগড়ৰ মাজেৰে বৈ যোৱা তামছা নদীৰ পুনৰুদ্ধাৰ কৰাটো জনসাধাৰণৰ অংশগ্ৰহণৰ সফলতাৰ এক উল্লেখযোগ্য নিদৰ্শন। সামূহিক শক্তিৰ জৰিয়তে ইয়াৰ জনসাধাৰণে কেৱল এখন নদীকে নহয়, আমাৰ সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যৰ এটা ধাৰাক নতুন জীৱন দিছে।"
#MannKiBaat”
उत्तर प्रदेश के आजमगढ़ से गुजरने वाली तमसा नदी का पुनरोद्धार जनभागीदारी की सफलता की अद्भुत मिसाल है। यहां के लोगों ने अपनी सामूहिक शक्ति से ना केवल एक नदी, बल्कि हमारी सांस्कृतिक और आध्यात्मिक विरासत की धारा को एक नया जीवन दिया है।#MannKiBaat pic.twitter.com/VwEs1ayled
— Narendra Modi (@narendramodi) January 25, 2026
‘অন্ধ্ৰ প্ৰদেশৰ অনন্তপুৰৰ জনসাধাৰণক জলভাগ পুনৰুদ্ধাৰৰ দিশত কৰা প্ৰচেষ্টাৰ বাবে মই প্ৰশংসা কৰিছো।
#MannKiBaat”
I commend the people of Anantapur, Andhra Pradesh for their efforts towards restoration of water bodies. #MannKiBaat pic.twitter.com/G0p1yYJ10d
— Narendra Modi (@narendramodi) January 25, 2026
“আমাৰ জেন-জেডে ভজন ক্লাবিঙলৈ গৈছে...ইয়াত আধ্যাত্মিকতা আৰু আধুনিকতাক সুন্দৰভাৱে একত্ৰিত হৈছে, বিশেষকৈ ভজনৰ পবিত্ৰতাৰ কথা মনত ৰাখি।
#MannKiBaat”
Our Gen-Z is taking to Bhajan Clubbing...it is spirituality and modernity merging beautifully, particularly keeping in mind the sanctity of the Bhajans. #MannKiBaat pic.twitter.com/AIG4K55bOr
— Narendra Modi (@narendramodi) January 25, 2026
“তামিল, তেলেগু, পাঞ্জাৱী আৰু অন্যান্য ভাষা শিকোৱাৰ পৰা আৰম্ভ কৰি হেৰিটেজ ৱাক আৰু বস্ত্ৰশিল্পৰ লগতে পশ্চিম বংগৰ সংগীত প্ৰদৰ্শন কৰালৈকে মালয়েছিয়াৰ ভাৰতীয় সম্প্ৰদায়ে আচৰিত কাম কৰি আছে!
#MannKiBaat”
From teaching Tamil, Telugu, Punjabi and other languages to heritage walks and showcasing textiles as well as music from West Bengal, the Indian community in Malaysia is doing wonders! #MannKiBaat pic.twitter.com/jnqlrX9yCF
— Narendra Modi (@narendramodi) January 25, 2026
“গুজৰাটৰ এখন গাঁও য’ত সকলোৱে একেলগে খায়...প্ৰেৰণাদায়ক, নহয়নে!
#MannKiBaat”
A village in Gujarat where everyone eats together…Inspiring, isn’t it! #MannKiBaat pic.twitter.com/AdrgEutRyI
— Narendra Modi (@narendramodi) January 25, 2026
“ড্ৰাগছ, ধঁপাত আৰু মদ্যপানৰ দৰে বেয়া কামবোৰ দূৰ কৰিবলৈ একত্ৰিত হোৱাৰ বাবে অনন্তনাগৰ শ্বেখগুণ্ডক প্ৰশংসা কৰিলোঁ।
#MannKiBaat”
Appreciated Sheikhgund in Anantnag for coming together to eliminate evils like drugs, tobacco and alcoholism. #MannKiBaat pic.twitter.com/vh1NE58teP
— Narendra Modi (@narendramodi) January 25, 2026
‘পশ্চিম বংগৰ পূর্ব মেদিনীপুৰৰ ফৰিদপুৰৰ বিবেকানন্দ লোক শিক্ষা নিকেতনৰ দৰে সংগঠনে দশক দশক ধৰি নিঃস্বাৰ্থভাৱে সমাজৰ সেৱা কৰি আহিছে৷এই কথাই আমাৰ আনৰ যত্ন লোৱাৰ নিয়মৰ প্রকাশ কৰে৷
Organisations like the Vivekananda Loksiksha Niketan in Faridpur, Purba Medinipur in West Bengal, have been selflessly serving society for decades. This illustrates our ethos of caring for others. #MannKiBaat pic.twitter.com/Ha7u0AcyTn
— Narendra Modi (@narendramodi) January 25, 2026
“অৰুণাচল প্ৰদেশ আৰু অসমৰ প্ৰচেষ্টাসমূহে স্বচ্ছতা, পুনঃব্যৱহাৰ আৰু ‘আৱৰ্জনাক ধন’লৈ ৰূপান্তৰিত কৰাৰ প্ৰতি থকা আমাৰ যুৱক-যুৱতীসকলৰ আবেগ আৰু দায়বদ্ধতাক উজ্জ্বল কৰি তুলিছে।
#MannKiBaat”
These efforts in Arunachal Pradesh and Assam highlight the passion and commitment of our youth towards cleanliness, recycling and ‘Waste to Wealth.’ #MannKiBaat pic.twitter.com/q5Kv1AyEmB
— Narendra Modi (@narendramodi) January 25, 2026
"পশ্চিম বংগৰ কোচ বিহাৰৰ বেনয় দাসে প্ৰমাণ কৰি দেখুৱাইছে যে পৰিৱেশ ৰক্ষাৰ বাবে সৰু সৰু প্ৰচেষ্টায়ো কিদৰে ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। যোৱা কেইবছৰমানৰ পৰা তেওঁ নিজৰ জিলাত হাজাৰ হাজাৰ গছ ৰোপণ কৰি, পথৰ কাষত সেউজীয়াৰ সৃষ্টি কৰিছে!"
#MannKiBaat”
पश्चिम बंगाल के कूच बिहार के बेनॉय दास जी ने साबित किया है कि कैसे पर्यावरण संरक्षण की छोटी-छोटी कोशिशों से भी बड़े बदलाव आ सकते हैं। बीते कुछ वर्षों में वे अपने जिले में हजारों पेड़ लगा चुके हैं, जिससे सड़कों के किनारे हरियाली देखते ही बनती है!#MannKiBaat pic.twitter.com/iSNsVpP0mC
— Narendra Modi (@narendramodi) January 25, 2026
"মধ্যপ্ৰদেশৰ পান্না জিলাৰ বিট গাৰ্ড জগদীশ প্ৰসাদ অহিৰৱাৰে বন ঔষধি উদ্ভিদৰ তথ্য পৰৱৰ্তী প্ৰজন্মৰ বাবে সংৰক্ষণ কৰাৰ প্ৰচেষ্টা প্ৰেৰণাদায়ক। তেওঁ সংগ্ৰহ কৰা তথ্যৰ আধাৰত এখন কিতাপ প্ৰকাশ কৰা হৈছে, যিখন বন বিভাগ আৰু গৱেষক উভয়ৰে বাবে উপযোগী।"
#MannKiBaat”
“ভাৰতৰ যুৱক-যুৱতী আৰু কৃষকৰ মাজত বাজৰা বা শ্ৰী অন্না অতি জনপ্ৰিয় হৈয়েই আছে, যিটো দেখি আনন্দিত হৈছো।
#MannKiBaat”
Millets or Shree Anna remain very popular among youngsters and farmers in India, which is gladdening to see. #MannKiBaat pic.twitter.com/xkKdZjjNwP
— Narendra Modi (@narendramodi) January 25, 2026
********
MJPS/ST/DM
(रिलीज़ आईडी: 2218687)
आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Gujarati
,
Odia
,
Tamil