প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ইউএই-ৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক আদৰণি জনায়
পোষ্ট কৰা হৈছে:
19 JAN 2026 5:05PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিমানবন্দৰত ইউএই-ৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক আদৰণি জনায়।
এক্স-ৰ এটা প’ষ্টত শ্ৰী মোদীয়ে এইদৰে লিখিছেঃ
“মোৰ ভ্ৰাতৃ তথা ইউএই-ৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক আদৰণি জনাবলৈ বিমানবন্দৰলৈ যাওঁ। তেওঁৰ এই ভ্ৰমণে ভাৰত-ইউএই ৰ গভীৰ বন্ধুত্বৰ প্ৰতি তেওঁৰ গুৰুত্ব আৰোপৰ মনোভাৱকে প্ৰতিফলিত কৰিছে। মই আমাৰ আলোচনাৰ বাবে আগ্ৰহী হৈ উঠিছো।
@MohamedBinZayed”
****
MJPS/SR/SB
(ৰিলিজ আই ডি : 2216308)
অতিথি কক্ষ : 32
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam