প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰচেষ্টাৰ শক্তিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ
प्रविष्टि तिथि:
19 JAN 2026 9:29AM by PIB Guwahati
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰচেষ্টা অবিহনে যি লাভ কৰা হৈছে সেয়াও হেৰাই যাব পাৰে, ফলত ভৱিষ্যতৰ সুযোগবোৰো হেৰাই যাব। ধাৰাবাহিক প্ৰচেষ্টাৰ জৰিয়তে ফলাফল লাভ কৰা হয় আৰু সমৃদ্ধি সুৰক্ষিত হয়।
শ্ৰী মোদীয়ে এক্সত এই সংস্কৃত শ্লোকটো উদ্ধৃত কৰেঃ
“अनुत्थाने ध्रुवो नाशः प्राप्तस्यानागतस्य च।
प्राप्यते फलमुत्थानाल्लभते चार्थसम्पदम्॥”
(रिलीज़ आईडी: 2216116)
आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam