প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 15 JAN 2026 7:28PM by PIB Guwahati

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড মোহন যাদৱে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

পিএমঅ' ইণ্ডিয়াৰ এক্স হেণ্ডেল পোষ্ট কয়ঃ

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী @DrMohanYadav51-এ প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে। @CMMadhyaPradesh”

***

MJPS/SR/DB


(ৰিলিজ আই ডি : 2215151) অতিথি কক্ষ : 34