প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পোংগল আৰু সংক্ৰান্তি উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

পোষ্ট কৰা হৈছে: 15 JAN 2026 8:58AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পোংগল আৰু সংক্ৰান্তি উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে।

এক্সত পৃথক পোষ্টত শ্ৰী মোদীয়ে কয়ঃ

‘পোংগল উপলক্ষে শুভেচ্ছা!’

“ಸಂಕ್ರಾಂತಿಯ ಶುಭಾಶಯಗಳು!”

“సంక్రాంతి శుభాకాంక్షలు!”

***

MJPS/SR/HS


(ৰিলিজ আই ডি : 2214885) অতিথি কক্ষ : 52