প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মুম্বাইৰ ভাণ্ডুপত সংঘটিত এক দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
प्रविष्टि तिथि:
30 DEC 2025 10:13AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ ভাণ্ডুপত সংঘটিত দুৰ্ঘটনাত হোৱা প্ৰাণহানিৰ বাবে শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা এক্সত পোষ্ট কৰা হয়ঃ
‘মুম্বাইৰ ভাণ্ডুপত সংঘটিত দুৰ্ঘটনাত হোৱা প্ৰাণহানিৰ বাবে দুখ প্ৰকাশ কৰিছো। দুঘৰ্টনাত প্ৰিয়জনক হেৰুওৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছোঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী’
"मुंबईतील भांडुप येथे अपघातात झालेल्या जीवितहानीने अत्यंत दुःख झाले आहे. आपल्या प्रियजनांना गमावलेल्या कुटुंबीयांप्रती माझ्या संवेदना आहेत. जखमींच्या तब्येतीत लवकरात लवकर सुधार व्हावा, अशी प्रार्थना करतो: पंतप्रधान @narendramodi"
*********
MJPS/SR/DD
(रिलीज़ आईडी: 2209718)
आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada