প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সাঁওতালি ভাষাত ভাৰতৰ সংবিধান মুকলি কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
प्रविष्टि तिथि:
26 DEC 2025 9:30AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ দ্বাৰা সাঁওতালি ভাষাত ভাৰতৰ সংবিধান মুকলি কৰাৰ বাবে প্ৰশংসা কৰিছে। শ্ৰী মোদীয়ে কয় যে ই সাংবিধানিক সজাগতা আৰু গণতান্ত্ৰিক অংশগ্ৰহণ গভীৰ কৰাত সহায় কৰিব। " সাঁওতালি সংস্কৃতি আৰু ৰাষ্ট্ৰীয় প্ৰগতিৰ ক্ষেত্ৰত সাঁওতালি লোকসকলৰ অৱদানক লৈ ভাৰত অতি গৌৰৱান্বিত", শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰেঃ
"এক প্ৰশংসনীয় প্ৰচেষ্টা!
সাঁওতালি ভাষাৰ সংবিধানে সাংবিধানিক সজাগতা আৰু গণতান্ত্ৰিক অংশগ্ৰহণ গভীৰ কৰাত সহায় কৰিব।
সাঁওতালি সংস্কৃতি আৰু ৰাষ্ট্ৰীয় প্ৰগতিৰ ক্ষেত্ৰত সাঁওতালি লোকসকলৰ অৱদানক লৈ ভাৰত অতি গৌৰৱান্বিত "
@rashtrapatibhvn
MJPS/VJ/MK
(रिलीज़ आईडी: 2208731)
आगंतुक पटल : 45
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam