প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বৰ্তমান সময়ত জীয়াই থকাৰ প্রজ্ঞাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ
পোষ্ট কৰা হৈছে:
22 DEC 2025 9:03AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে-
“गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत्।
वर्तमानेन कालेन वर्तयन्ति विचक्षणाः॥”
সুভাশিতমত এই বুলি কোৱা হৈছে যে, অতীতৰ বাবে শোক কৰা বা ভৱিষ্যতৰ বাবে চিন্তা কৰা উচিত নহয় আৰু জ্ঞানীসকলে কেৱল বৰ্তমানক লৈহে কাম কৰে।
এক্স-ত প্ৰধানমন্ত্ৰীয়ে লিখিছে;
“गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत्।
वर्तमानेन कालेन वर्तयन्ति विचक्षणाः॥”
*********
MJPS/ST/NB
(ৰিলিজ আই ডি : 2207308)
অতিথি কক্ষ : 42
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam