প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ তেলেংগানাৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ

प्रविष्टि तिथि: 03 DEC 2025 1:31PM by PIB Guwahati

নতুন দিল্লীত আজি তেলেংগানাৰ মুখ্যমন্ত্ৰী শ্ৰী ৰেৱন্ত ৰেড্ডী আৰু উপ-মুখ্যমন্ত্ৰী শ্ৰী ভট্টি বিক্ৰমাৰ্কা মাল্লুৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

এক্সৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

তেলেংগানাৰ মুখ্যমন্ত্ৰী শ্ৰী @revanth_anumula আৰু উপ-মুখ্যমন্ত্ৰী শ্ৰী @bhatti_mallu য়ে আজি প্ৰধানমন্ত্ৰী @narendramodi ক সাক্ষাৎ কৰে।

@TelanganaCMO

 

***

MJPS/VJ/DB


(रिलीज़ आईडी: 2198109) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Telugu , Kannada , Malayalam