প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ

प्रविष्टि तिथि: 02 DEC 2025 4:08PM by PIB Guwahati

ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

‘ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।’

***

MJPS/VJ/HS


(रिलीज़ आईडी: 2197668) आगंतुक पटल : 4
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam