প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ হাৰিয়ানাৰ ৰাজ্যপালৰ

प्रविष्टि तिथि: 18 NOV 2025 10:50PM by PIB Guwahati

হাৰিয়ানাৰ ৰাজ্যপাল অধ্যাপক অসীম কুমাৰ ঘোষে নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰিছে;

হাৰিয়ানাৰ ৰাজ্যপাল অধ্যাপক অসীম কুমাৰ ঘোষে আজি পুৱাবেলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।


(रिलीज़ आईडी: 2191584) आगंतुक पटल : 20
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Telugu , Kannada , Malayalam