প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ছিকিমৰ ৰাজ্যপালে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

পোষ্ট কৰা হৈছে: 04 NOV 2025 1:33PM by PIB Guwahati

ছিকিমৰ ৰাজ্যপাল শ্ৰী ওম প্ৰকাশ মাথুৰে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে প’ষ্ট কৰিছেঃ

“ছিকিমৰ ৰাজ্যপাল শ্ৰী @OmMathur_Raj-এ প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।"

@GovernorSikkim

***

MJPS/VJ/SB
 


(ৰিলিজ আই ডি : 2186219) অতিথি কক্ষ : 52