প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে পাটনাত ৰাষ্ট্ৰকবি ৰামধাৰী সিং দীনকৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

Posted On: 02 NOV 2025 10:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাটনাৰ দিনকৰ গোলম্বৰত ৰাষ্ট্ৰকবি ৰামধাৰী সিং দীনকৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিহাৰৰ গৌৰৱ ৰাষ্ট্ৰকবি ৰামধাৰী সিং দীনকৰৰ প্ৰভাৱশালী ৰচনাসমূহে নাগৰিকসকলক মা ভাৰতীৰ সেৱাৰ প্ৰতি সদায় অনুপ্ৰাণিত কৰি আহিছে। তেওঁ কয় যে আজি পাটনাত কিংবদন্তি কবিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ পোৱাটো পৰম সৌভাগ্যৰ কথা।

প্ৰধানমন্ত্ৰীয়ে এইদৰে লিখিছেঃ

"বিহাৰৰ গৌৰৱ ৰাষ্ট্ৰকবি ৰামধাৰী সিং দীনকৰৰ প্ৰভাৱশালী ৰচনাসমূহে নাগৰিকসকলক মা ভাৰতীৰ সেৱাৰ প্ৰতি সদায় অনুপ্ৰাণিত কৰি আহিছে। আজি পাটনাত কিংবদন্তি কবিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ পোৱাটো পৰম সৌভাগ্যৰ কথা।"

***

MJPS/ST/SB


(Release ID: 2185673) Visitor Counter : 5