গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহ, দিল্লীৰ উপ-ৰাজ্যপাল শ্ৰী বিনয় কুমাৰ ছাক্সেনা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তাই নতুন দিল্লীত 'ভাৰতৰ লৌহমানৱ" চৰ্দাৰ বল্লভভাই পেটেলক তেওঁৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে পুষ্পাঞ্জলি অৰ্পণ কৰে

प्रविष्टि तिथि: 31 OCT 2025 3:09PM by PIB Guwahati

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহ, দিল্লীৰ উপ-ৰাজ্যপাল শ্ৰী বিনয় কুমাৰ ছাক্সেনা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তাই নতুন দিল্লীত 'ভাৰতৰ লৌহমানৱ' চৰ্দাৰ বল্লভভাই পেটেলক তেওঁৰ ১৫০সংখ্যক জয়ন্তী উপলক্ষে পুষ্পাঞ্জলি অৰ্পণ কৰে।

এক্স প্লেটফৰ্মত এটা পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ৰাষ্ট্ৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি আত্মনিৰ্ভৰশীল ভাৰতৰ ভেটি স্থাপনলৈকে চৰ্দাৰ চাহাবৰ বহু জনকল্যাণমূলক কামৰ বাবে দেশ সদায়ে তেওঁৰ ওচৰত কৃতজ্ঞ হৈ থাকিব।

*****

 

RK / RR / PS /KD


(रिलीज़ आईडी: 2185198) आगंतुक पटल : 17
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Gujarati , Tamil , Kannada , Malayalam