প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীক সাক্ষাৎ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
15 OCT 2025 5:01PM by PIB Guwahati
আজি নতুন দিল্লীত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মাণিক সাহাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰিছে এইদৰে;
"ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী @DrManikSaha2-এ প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।"
MJPS/VJ
(ৰিলিজ আই ডি : 2181440)
অতিথি কক্ষ : 26
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam