প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰযুক্তি আৰু প্ৰশাসনৰ এক আচৰিত সংমিশ্ৰণ, পৰম্পৰাগত ধাৰণা ভংগ কৰি সময়মতে প্ৰকল্প সম্পূৰ্ণ কৰাৰ এক অনন্য মাধ্যমত পৰিণত হৈছে ‘প্ৰগতি’: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
02 DEC 2024 7:59PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘প্ৰগতি’ মঞ্চক প্ৰশংসা কৰি কয় যে এই পদক্ষেপ প্ৰযুক্তি আৰু প্ৰশাসনৰ এক আচৰিত সংমিশ্ৰণ, পৰম্পৰাগত ধাৰণা ভংগ কৰি প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ কৰাৰ এক অনন্য মাধ্যম হিচাপে পৰিগণিত হৈছে। অক্সফৰ্ড ছেইড বিজনেছ স্কুল আৰু গেটছ ফাউণ্ডেচনে কৰা সমীক্ষাত ‘প্ৰগতি’ক যি গুৰুত্ব দিয়া হৈছে তাক লৈ আনন্দিত প্ৰধানমন্ত্ৰী।
এক্স পোষ্টত তেওঁ লিখিছে:
“প্ৰযুক্তি আৰু প্ৰশাসনৰ এক আচৰিত সংমিশ্ৰণ, ‘প্ৰগতি’ প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ কৰাৰ পৰম্পৰাগত ধাৰণাটোক অতিক্ৰম কৰাৰ এক উৎকৃষ্ট মাধ্যমত পৰিণত হৈছে।এই পাৰস্পৰিক ক্ৰিয়াৰ মঞ্চই শেহতীয়া বছৰবোৰত সাধাৰণ মানুহক অপৰিসীমভাৱে উপকৃত কৰিছে।
@OxfordSBS আৰু @GatesFoundation ৰ সমীক্ষাত ‘প্ৰগতি’ক যি গুৰুত্ব দিয়া হৈছে তাক লৈ মই সুখী।
https://www.news18.com/india/pm-modi-ensured-pragati-of-340-infrastructure-projects-worth-200-billion-oxford-study-9142652.html
***
MJPS/SR
(रिलीज़ आईडी: 2178425)
आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada