প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ইউক্ৰেইনৰ হিন্দী ভাষাৰ শিক্ষাৰ্থীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

পোষ্ট কৰা হৈছে: 23 AUG 2024 6:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কিয়েভৰ স্কুল অৱ অৰিয়েণ্টেল ষ্টাডিজত হিন্দী ভাষা শিকিবলৈ যোৱা ইউক্ৰেইনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাগত অৰ্হতা আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধি কৰাত তেওঁলোকৰ অৱদানৰ প্ৰশংসা কৰে। তেওঁ লগতে ইউক্ৰেইনবাসীক ভাৰতীয় সংস্কৃতি আৰু ইতিহাসৰ বিষয়ে অৱগত কৰাৰ বাবে কৰা প্ৰচেষ্টাৰ প্ৰশংসা কৰে।

MJPS/ST


(ৰিলিজ আই ডি : 2178314) অতিথি কক্ষ : 22