প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ জামুইৰ জনজাতি হাট পৰিদৰ্শন কৰে
प्रविष्टि तिथि:
15 NOV 2024 5:45PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ জামুইত এখন জনজাতীয় হাট পৰিদৰ্শন কৰে। তেওঁ কয় যে সমগ্ৰ দেশৰ জনজাতীয় পৰম্পৰা, তেওঁলোকৰ আশ্চৰ্যকৰ কলা আৰু দক্ষতাৰ এয়া এক সাক্ষ্য।
এক্সৰ এটা পোষ্টত তেওঁ লিখিছেঃ
বিহাৰৰ জামুইৰ এই হাটসমূহত সমগ্ৰ দেশৰ জনজাতিসকলৰ আশ্চৰ্যকৰ কলা-কৌশলৰ সাক্ষী হৈ ৰ'ল।
MJPS/SR
(रिलीज़ आईडी: 2178299)
आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam