প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ

प्रविष्टि तिथि: 02 AUG 2024 11:40PM by PIB Guwahati


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী চি পি ৰাধাকৃষ্ণণৰ সৈতে বৈঠকত মিলিত হয়।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ X;

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী চি পি ৰাধাকৃষ্ণনে আজি প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।


(रिलीज़ आईडी: 2178274) आगंतुक पटल : 16
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Hindi_MP , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam