প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওনামৰ শুভেচ্ছা জ্ঞাপন কৰে
प्रविष्टि तिथि:
15 SEP 2024 8:36AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওনাম উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছেঃ
সকলোকে এক আনন্দময় ওনামৰ কামনা কৰিলো। সমগ্ৰ বিশ্বত শান্তি, সমৃদ্ধি আৰু সুস্থতা বিৰাজ কৰক। এই উৎসৱত কেৰালাৰ গৌৰৱোজ্জ্বল সংস্কৃতি উদযাপন কৰা হয় আৰু সমগ্ৰ বিশ্বৰ মালায়ালী সম্প্ৰদায়ৰ লোকে উৎসাহেৰে পালন কৰে।
MJPS/TS
(रिलीज़ आईडी: 2178245)
आगंतुक पटल : 22
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam