প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীক সাক্ষাৎ হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
09 OCT 2024 12:19PM by PIB Guwahati
হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী নয়াব সিং ছাইনিয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
শ্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত লিখিছে:
প্ৰধানমন্ত্ৰীয়ে কয়, "হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীজীক সাক্ষাৎ কৰিলো আৰু বিধানসভা নিৰ্বাচনত বিজেপিয়ে লাভ কৰা ঐতিহাসিক বিজয়ৰ বাবে তেওঁক অভিনন্দন আৰু শুভেচ্ছা জনাইছো। মই বিশ্বাস কৰো যে উন্নয়নশীল ভাৰতৰ সংকল্পত হাৰিয়ানাৰ ভূমিকা আৰু অধিক গুৰুত্বপূৰ্ণ হ'ব।
@NayabSainiBJP"
MJPS/SR/SKS
(ৰিলিজ আই ডি : 2178234)
অতিথি কক্ষ : 16
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam