প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উত্তৰ প্ৰদেশৰ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে

प्रविष्टि तिथि: 24 JAN 2024 9:15AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধান মন্ত্ৰীয়ে X ত পোষ্ট কৰিছে;

আধ্যাত্মিকতা, জ্ঞান আৰু শিক্ষাৰ তপোভূমি উত্তৰ প্ৰদেশৰ সকলো পৰিয়ালবৰ্গক ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসৰ অশেষ শুভকামনা জনাইছো। বিগত সাত বছৰত ৰাজ্যখনে প্ৰগতিৰ এক নতুন কাহিনী ৰচনা কৰিছে, য'ত জনসাধাৰণে ৰাজ্য চৰকাৰৰ সৈতে অংশগ্ৰহণ কৰিছে। মই বিশ্বাস কৰো যে উত্তৰ প্ৰদেশে বিকাশশীল ভাৰতৰ সংকল্প যাত্ৰাত অগ্ৰণী ভূমিকা পালন কৰিব।

DS/ST


(रिलीज़ आईडी: 2178194) आगंतुक पटल : 16
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Odia , Tamil , Telugu , Malayalam