প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ কেৰালাৰ মুখ্যমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 10 OCT 2025 12:45PM by PIB Guwahati

কেৰালাৰ মুখ্যমন্ত্ৰী শ্ৰী পিনাৰায়ি বিজয়নে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

এক্স-ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এনেদৰে পোষ্ট কৰিছেঃ

"কেৰালাৰ মুখ্যমন্ত্ৰী শ্ৰী পিনাৰায়ি বিজয়নে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।"

***

MJPS/ST/HS


(ৰিলিজ আই ডি : 2177365) অতিথি কক্ষ : 56