প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ লেফটেনেন্ট গৱৰ্ণৰে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
प्रविष्टि तिथि:
01 OCT 2025 9:31PM by PIB Guwahati
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ লেফটেনেন্ট গৱৰ্ণৰ এডমিৰেল ডি কে যোশীয়ে (অৱসৰপ্ৰাপ্ত) আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্স-ত কয়;
“আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ লেফটেনেন্ট গৱৰ্ণৰ এডমিৰেল ডি কে যোশীয়ে (অৱসৰপ্ৰাপ্ত) প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।”
***
MJPS/ST/SB
(रिलीज़ आईडी: 2174525)
आगंतुक पटल : 60
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam